চোৱা , কি সুন্দৰী তুমি! মোৰ প্রিয়া ; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা । প্রিয়াৰ কথা : |
কোনো এঠাইৰ পৰা অথবা কাৰোবাৰ ওচৰৰ পৰা আতৰাই কিছু নিলগলৈ নিয়া
তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা , কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ ।
সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে ; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল ।
বিপৰীত মুখে ঘূৰি যোৱা বা উলটি যোৱা কাৰ্য্য
‘আন্ধাৰৰ পৰা তেওঁৰ আচৰতি পোহৰলৈ তেওঁলোকক আমন্ত্ৰণ কৰা জনৰ সদগুণ প্ৰকাশ কৰাৰ’ যোগেদি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।
তিনি বছৰ পূৰ্বে যেতিয়া মই শ্ৰীলংকাৰ সংসদক সম্বোধন কৰিছিলো , তেতিয়া কৈছিলো যে নিকট আত্মীয়ক ঘনিষ্ঠ বন্ধুলৈ পৰিণত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ লোৱা উচিত ।
কিছুমান লোকে চৌলক অপমান কৰাৰ সত্ত্বেও , তেওঁৰ নম্ৰ স্বভাৱে কেনেকৈ বিবেচনাহীন কাৰ্য্য কৰাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰে ?
কিয়নো ঈশ্বৰ এনে অধাৰ্মিক বিচাৰক নহয় যে , আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে ; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে ।
হায় হায় ফৰীচী সকল আপোনালোক সন্তাপৰ পাত্ৰ ; কিয়নো আপোনালোকে নাম ঘৰত প্ৰধান আসন আৰু হাট বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰ ভাল পায় ।
দায়ূদ চৌলৰ ওচৰলৈ আহি তেওঁৰ কামত যোগ দিলে , তেওঁ দায়ূদক অতিশয় ভাল পাবলৈ ধৰিলে ; আৰু দায়ূদ তেওঁৰ অস্ত্ৰবাহক হ’ল ।
কোনো কাম কৰোৱাবৰ নিমিত্তে কাৰোবাৰ ঈৰ্ষা , কৌতুহল বা আগ্ৰহ বৃদ্ধি কৰা
আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক । ”
ইস্ৰায়েলীসকলৰ দৰে আমাকো সেই সাপবোৰে খোঁটিছে ।
এতিয়া তেওঁলোকৰ বেশ্যাকৰ্ম্ম আৰু তেওঁলোকৰ ৰজাসকলৰ মৰা শৱ তেওঁলোকে মোৰ পৰা দূৰ কৰক ; তাতে মই তেওঁলোকৰ মাজত চিৰকাললৈকে বাস কৰিম ।
তেওঁলোকে এজনে-আনজনক প্ৰেম আৰু সন্মান দেখুৱা উচিত ।
এইদৰে , তাৰ শিপা অনেক জলসমূহৰ কাষত থকাত , সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল ।
যদি উজ্জ্বল ৰং আৰু দাপোনৰ কাম আপোনাৰ ভাল লাগে তেতিয়াহ লে বন্নী গুণাকৰা কামত উজ্জ্বল ৰঙা আৰু হালধীয়া ৰঙকে কৰিব পাৰে ।
“ ধাৰ্ম্মিকবিলাকৰ পৰিত্ৰাণ যিহোৱাৰ পৰাই ; সঙ্কটৰ কালত তেওঁ তেওঁবিলাকৰ দৃঢ় আশ্ৰয় । ” —গীত ৩৭ : ৩৯.
ইয়াৰ পৰিৱৰ্তে যিহোৱাই দায়ূদৰ পুত্ৰ চলোমনক মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বাছনি কৰিলে ।
মিচন ইন্দ্ৰধনূষ আঁচনিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয় কয় যে ৰাজ্যপালসকলে চৰকাৰৰ প্ৰচেষ্টাসমূহ সফল কৰি তোলাত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে ।
( আদিপুস্তক ৪ : ১০ ) লক্ষ্য কৰক যে হেবলৰ জীৱনটোক প্ৰতিনিধিত্ব কৰা যি তেজ , ভূমিৰ পৰা প্ৰতিশোধ ল’বলৈ ঈশ্বৰৰ আগত চিৎকাৰ কৰিছিল । —ইব্ৰী ১২ : ২৪.
কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি বিষয় পোহৰলৈ নাহিব , এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই  ।
অলপ দিনৰ ভিতৰতে গেলা বা নষ্ট হোৱা খাদ্য বস্তু , যেনে মাহ , চাউল , আলুগুটি ইত্যাদি  ।
চতুৰ্থ দিনা , ৰূবেণৰ সন্তানসকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে ।
উদ্ভাৱনমূলক ষ্টার্ট-আপ বাণিজ্যক পৰিমাপযোগ্য আৰু দীর্ঘস্থায়ী কৰাৰ বাবে এই কেন্দ্রসমূহে কাম কৰিব ।
সর্বসন্মতভাবে মুক্ত বাণিজ্য , অর্থনৈতিক , সামাজিক আৰু পৰিৱেশগত উন্নয়নৰ লক্ষ্যৰে কাম কৰিব লাগিব ।
তেতিয়া অবীমেলকে ক’লে ,  এই কাম কোনে কৰিলে তাক মই নাজানো ; এই কথা আগেয়ে আপুনি মোক জনোৱাও নাই । মই আজিলৈকে এই কথা শুনা নাছিলো , এতিয়াহে শুনিলো ।
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় , “ আলৱাৰ সমষ্টিৰ লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত দুখিত হৈছো ।
অব্ৰাহামে নিজৰ সৰ্ব্বস্বৰ ওপৰত ইচহাকক অধিকাৰ দিলে ।
গতিকে , সকলো সময়তে আমাৰ বাহ্যিক ৰূপ ‘সুলাজ আৰু সুবোধৰ’ হোৱা উচিত । যদি কোনো পুৰুষ বা মহিলাই “ ঈশ্বৰভক্তি ” কৰোঁ বুলি দাবী কৰে , তেনেহ’লে তেওঁলোকে কৰা ‘সৎকৰ্মৰ’ যোগেদি এই গুণৰ শুভা বঢ়ায় ।
এই পোহৰ বহুমূলীয়া কিয়নো ইয়ে লোকসকলক জীৱন দান কৰে ।
“ এতেকে তোমালোকে , পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ , অশুচিতা , কামাভিলাষ , কুঅভিলাষ আৰু লোভ , অৰ্থাৎ দেৱপূজা , সেই সকলোকে মাৰি পেলোৱা । ”—কলচীয়া ৩ : ৫.
কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব । ”
যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে , আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয় ?
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱসত শ্ৰদ্ধা জনায় ৷
যোধপুৰ কাৰাগাৰৰ বন্দীসকলে ৩ দিনৰ বাবে অনশনত আছে এতিয়া কোভিড১৯ ৰ বাবে পেৰোল বিচাৰে ।
হিমাচল প্ৰদেশে হোটেল খুলিছে কিন্তু পাহাৰীয়া পৰ্যটকসকলক পুনৰ স্বাগতম জনোৱাৰ বাবে উদ্যোগটোৱে কোনো খৰধৰ নকৰে ।
সমগ্ৰ বিশ্বৰ ভিতৰতে খনিত হোৱা দুৰ্ঘটনা অষ্ট্ৰেলিয়াত সৰ্বনিম্ন ।
ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাবা আৰু তোমালোকে ক’বা , ইস্ৰায়েলৰ সীমাৰ বাহিৰতো যিহোৱা মহান হওঁক
এই বলিদান সম্পূৰ্ণৰূপে ঈশ্বৰলৈ আগবঢ়োৱা হয় । আনকি যীচুৱেও স্বইচ্ছাৰে সম্পূৰ্ণৰূপে নিজৰ জীৱন মুক্তিপণ হিচাবে উৎসৰ্গ কৰিলে ।
তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ ।
অৱশ্যে ২০১৭ৰ ১১-১২ জানুৱাৰীত বিমষ্টেকৰ অধীনত শক্তি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ আলোচনাত গ্ৰিড আন্তঃসংযোগ চুক্তিখন চূড়ান্ত কৰা হয় ।
পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল । তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল ।
সহজ নোহোৱাৰ সত্ত্বেও যীচুৱে নিজৰ পিতৃৰ আজ্ঞা পালন কৰিছিল ।
এনএমঅ’অ’পি( তৈলবীজ আৰু পাম তেলৰ ৰাষ্ট্ৰীয় মিচন )ৰ অধীনত তেল পাম খেতিৰ ভূমি চিলিঙৰ সীমাত ৰেহাই দিয়া ।
ভিডিও কেমেৰাৰে বাণীৱদ্ধ কৰা এক নাটক
কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয় ;
দশমিক হিচাপে প্ৰকাশিত এটা দামক ভগ্নাংশ হিচাপে প্ৰকাশিত দামলৈ সলনি কৰে
তেতিয়া ইচহাকে ক’লে ,  চোৱা , মই বৃদ্ধ হৈছো আৰু কোন দিনা যে মৰিম , তাকো নাজানো ।
আৰু মোৰ আগত হোম-বলি উৎসৰ্গ কৰিবলৈ , নৈবেদ্য দগ্ধ কৰিবলৈ , আৰু নিত্যে নিত্যে মঙ্গলাৰ্থক বলিদান কৰিবলৈ লেবীয়া পুৰোহিতসকলর মাজৰ কোনো পুৰুষৰ অভাৱ নহ’ব ।
যিজনে বিবাদ ভাল পায় , তেওঁ পাপ ভাল পায় ; যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে , তেওঁ বিনাশৰ চেষ্টা কৰে ।
প্ৰতিজ্ঞা কৰাৰ দৰে , তিনি বা চাৰি বছৰ হওঁতে হান্নাই চমূৱেলক ঈশ্বৰৰ ঘৰত সেৱা কৰিবলৈ লৈ গ’ল ।
আপোনালোকে যদি নিজৰ মনতে ক’য় , যে ,  এই জাতিসকল আমাতকৈ সংখ্যাত অধিক , আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম ?
এই অৰ্ধ বৃত্তাকাৰ জলপ্ৰপাতবোৰে ইগুৱাচ্ছু আৰু পাৰানা নদী , লগতে ব্ৰাজিল আৰু আৰ্জেণ্টিনা উভয়কে একে লগ কৰিছে ।
তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা ।
মাননীয় উচ্চতম ন্যায়ালয়ৰ ওপৰোক্ত ৰায়ৰ পিছত ভৱিষ্যতৰ সম্ভাৱনাৰ বাবে বৃদ্ধিৰ বাবে কোনো গোচৰ প্ৰস্তুত কৰা নহয় ।
বাইবেলে আমাক এইদৰে আশ্বাস দিছে :  “ যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে , যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে , যিহোৱা সেই সকলোৰে ওচৰ । ” —গীত ১৪৫ : ১৮. ( w04 4/1 )
ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে , আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তানসকল সুখী হয় ।
এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক । আৰু তোমালোকে সেই কাৰ্য্য কৰা হেতুকে , ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম ।
কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব ; চোৱা , এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব , সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম ।
তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব । যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব , তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব ।
ইলকানা আছিল যোৱেলৰ পুত্র । যোৱেল আছিল অজৰিয়াৰ পুত্র । অজৰিয়া আছিল চফনিয়াৰ পুত্র ।
মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে ।
সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম্ম নকৰিবা ; আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা’ ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতিৰ জৰিয়তে ২৩ সংখ্যক বাৰ্তালাপৰ অধ্যক্ষতা কৰে ।
যিহোৱাই কিয় পৌলৰ  শৰীৰত থকা কাঁইটক’ আঁতৰ নকৰিলে ?
মনচিয়ে তেজৰ দোষী হোৱাৰ বাবে যিহূদাক “ যিহোৱাই ক্ষমা কৰিবলৈ অসন্মত হল । ”
কোনো বস্তুৰ ৰূপ নষ্ট কৰা কাৰ্য্য
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য  ।
আচাৰ পুত্ৰ যিহোচাফট । যিহোচাফটৰ পুত্ৰ যোৰাম ; যোৰামৰ পুত্ৰ উচিয় ।
আগতীয়াকৈ থিৰাং কৰা বা পূৰ্বতে সিদ্ধান্ত লৈ থোৱা ।
উঠা বা আৰোহণ কৰা
যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব ।
তেওঁ মহীশূৰ আৰু উদয়পুৰৰ মাজত চলিবলগীয়া ‘পেলেচ কুইন হামচফৰ’ ৰে’লগাড়ীখনৰ শুভউদ্বোধন কৰিব ।
কোন ৰাজ্যই ক’ত বেছি বিনিয়োগ আকর্ষণ কৰিব তাক লৈ প্ৰতিযোগিতা ।
কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হব ।
প্ৰথমটো হৈছে এনেধৰণৰ কথা-বতৰা যিবোৰ সত্য খ্ৰীষ্টানে কোৱা উচিত নহয় আৰু দ্বিতীয়টো হৈছে এনেধৰণৰ কথা-বতৰা যাৰ যোগেদি আনক উৎসাহিত কৰিব পাৰি ।
প্ৰমোদবনত জীৱন বৰ আনন্দৰ হ’ব ।
এই প্ৰকল্প দুটা হ’লঃ ( ক ) ভাৰত–বাংলাদেশ মৈত্ৰী পাইপলাইন ( খ ) ঢাকা–টংগি–জয়দেৱপুৰ ৰে’লৱে প্ৰকল্প
ধপাতত থকা উপক্ষাৰ , ধপাত সেৱনৰ আসক্তিৰ মূল কাৰক ।
ইয়াৰ ব্যতিক্ৰমী ভৌগলিক অৱস্থান , ঐতিহাসিক পটভূমি আৰু বহুজনগোষ্ঠীয় বসতিয়ে নগৰখনক এক অনন্য বিশেষত্ব প্ৰদান কৰিছে ।
চহৰখন আচলতে বান চোমে ৰিয়াঙৰ বা বে লাম হিন ষ্ট নি পইণ্ট ভিলেজ হিচাপে জনা যায় ।
উৎকৃষ্ট ছবিৰ ওপৰত সোণৰ পতা ব্যৱহাৰ কৰাৰ আগতে সীমাৰেখা চকগুৰি আৰু আঠা এৰাবিকাৰে একেলগ কৰি আকিব লাগে ।
( যাকোব ২: ৫; মথি ৫: ৩ ) তদুপৰি, অধ্যক্ষসকলে তেওঁলোকক আধ্যাত্মিক “ চকুৰ ঔষধ ” প্ৰয়োগ কৰিবলৈ সহায় কৰিব লাগিব — যীচুৰ শিক্ষা, পৰামৰ্শ, আদৰ্শ আৰু মানসিক মনোভাৱ গ্ৰহণ আৰু অনুকূল হ’বলৈ ।
সমৰ্পণ আৰু বাপ্তিষ্মা লোৱাৰ অৰ্থ হৈছে আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিবলৈ নিৰ্ণয় লোৱা আৰু স্বইচ্ছাৰে তাক পালন কৰা ।
যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলো , তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা ; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ পৰাক্ৰম ।
বিধি সন্মত ক্ষমতা প্ৰাপ্ত এক আনুষ্ঠানিক গোট
ফাইলটোৰ অস্তিত্ব নাই
মোচিৰ নিয়মৰ বহুতো ব্যৱস্থাই ইস্ৰায়েলী লোকসকলক খ্ৰীষ্ট নহালৈকে সুৰক্ষা আৰু পথ-প্ৰদৰ্শন কৰিছিল ।
যীচুৱে তাক ক’লে , তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা , এই বুলিও শাস্ত্রত লিখা আছে ।
ছাৰ্ভাৰত নতুন স্থান
মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা যোৱাৰ সম্বন্ধ আছিল । সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল ।
কিন্তু হোবাবে মোচিক ক’লে , মই তোমাৰ লগত নাযাওঁ । মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম ।
হে পৃথিৱী , হে পৃথিৱী , হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা । যিহোৱাই এইদৰে কৈছে ,  তোমালোকে এই মানুহ সন্তানহীন বুলি , ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা ।
উদাহৰণস্বৰূপে , প্ৰত্যেক বছৰে তেওঁ নিজৰ পৰিয়ালটোৰ সৈতে বছেৰেকীয়া নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ নিজৰ কাঠমিস্ত্ৰি কাম বন্ধ কৰি নাচৰতৰ পৰা যিৰূচালেমলৈ যাত্ৰা কৰিছিল ।
শৃংখলাটোৰ প্ৰতিটো পদৰ কাৰণে বেচি কৰিবলৈ বেতন বৃদ্ধিটো
এই দুয়োটা সমূহে একগোট হৈ মচীহৰ ৰাজ্যক সমৰ্থন কৰে আৰু জগতৰ ৰাজনীতিত নিৰপেক্ষ হৈ থাকে ।—যিচয়া ২ : ২-৪ পঢ়ক ।
( ১ কৰিন্থীয়া ১৬ : ১- ৩ ) এবছৰৰ পাছত পাঁচনি পৌলে কৈছিল যে মাকিদনীয়া আৰু আখায়া মণ্ডলীয়েও দান-বৰঙণি সংগ্ৰহ কৰা কাৰ্য্যত ভাগ লৈছিল ।
ৰাজনৈতিক নেতাবিলাকে প্ৰায়ে লোভৰ দ্বাৰা প্ৰেৰিত হৈ সংঘৰ্ষৰ বাবে ঘৃণা উৎপন্ন কৰে ।
প্রধানমন্ত্রী  :  আপোনালোকৰ চিন্তা অতি স্বাভাৱিক ।
যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব ?
ৰং বিৰঙী ছাতি তৰি থোৱা , সুসজ্জিত আৰু বিভিন্ন আৰ্হিৰ ধুনীয়া ধুনীয়া নাৱৰ শোভাযাত্ৰা সঁচাই উপভোগ্য ।
তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে ।
( আদিপুস্তক ২ : ১৮ ) একেইদৰে ভৱিষ্যতবক্তা মলাখীৰ দ্বাৰা ঈশ্বৰে পত্নীক “ সঙ্গিনী ” বুলি উল্লেখ কৰিছে ।
গতিকে মণ্ডলীৰ প্ৰাচীনসকলে “ সকলো মানুহৰ আগত বিদিত ” হোৱা উচিত ।
ন ধন যোজনাৰ অধীনত ৩০ কোটি বেংক একাউন্ট খোলা হৈছে , য’ত ৬৮৫ বিলিয়ন টকা অৰ্থাৎ ১০ বিলিয়ন ডলাৰতকৈও অধিক টকা জমা হৈছে ।
ভাৰতত আমি চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ মডেলসমূহ অনুসৰণ কৰি চলিছো ।
প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ । কোনে তাক পাব পাৰে ?
যি বাস্তৱত নাই বা যি প্ৰকৃততে কোনো ৰূপত উপলব্ধ নহয়
ময়েই দুৱাৰ ; যি কোনোৱে মোৰ মাজেদি সোমায় , তেওঁ ৰক্ষা পাব । তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা যোৱা কৰিব , আৰু চৰণীয়া ঠাই পাব ।
সকলোবোৰ ন্যুটেলা মক্কেলৰ পৰা পথোৱা প্ৰশ্ন হিটবোৰ বনাম অন্য লাইম ৱায়াৰবোৰ
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
মৰাপাটেৰে বোৱা কাপোৰ
আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি , বনেই যাকনত ছাউনি পাতিলে ।
যিসকলে তেওঁৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিব ইয়ে তেওঁৰ বাবে উদ্ধাৰৰ কাৰণ হ’ব । —মাৰ্ক ১৩ : ১০ ; ১ তীমথিয় ৪ : ১৬.
ভাষণৰ বাহিৰেও মোডীয়ে কোভিড১৯ ৰ দ্বাৰা প্ৰভাৱিত দৰিদ্ৰ ভাৰতীয় ব্যৱসায়ৰ বাবে চৰকাৰী পাৰ্চ খুলিব লাগিব ।
তেতিয়া যোচেফে উঠি , ল’ৰা আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল ।
এই শিক্ষাবৰ্ষৰ বাবে বৃহৎ সংখ্যক শিক্ষাৰ্থীক ভৰ্তি কৰা হৈছে আৰু তেওঁলোকৰ শিক্ষাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা মোকৰ্দমাৰ ফলাফলৰ বাবে অপেক্ষা কৰিব নোৱাৰে ।
কিন্তু তেনে ধৰণৰ ভাৱনা জগাবলৈ বা নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত হ’বনে ?
আমাৰ জীৱনটোক জীয়াই ৰাখিবলৈ ইমান শক্তিয়েই যথেষ্ট ।
সোণৰ চাৰিটা আঙঠি সাজি , সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা ।
কোনো কামতে  মূখ্যতঃ প্ৰয়োজনীয় কামত  মনপুতি নলগা ।
আপুনি প্ৰবেশ কৰিবলৈ বিচৰা ফাইলবোৰৰ প্ৰকাৰ নিৰ্দিষ্ট কৰক
২০১৪ চনৰ পাছত হতাশাৰ স্থানত এক নতুন আশা জাগি উঠিছে ।
এতেকে বিনয় কৰোঁ , আপোনালোক মোৰ অনুকাৰী হওক ।
৬. মোচিক ঈশ্বৰে পঠিয়াইছে বুলি তেওঁ কেনেকৈ প্ৰমাণ কৰিব ?
৭ এজন সাহসী পুৰুষ
এয়ে হৈছে দোষাৰ্থক বলি ; তেওঁ অৱশ্যে যিহোৱাৰ সাক্ষাতে দোষী ।
পৰীক্ষাবোৰৰ সংখ্যাটোৰ কাৰণে নিম্নসীমা
সকলো বিষয়তে একে , সেই দেখি মই কওঁ , তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে ।
( ইব্ৰী ১৩ : ২০ ) তেওঁ আমাৰ হাত সবল কৰিবলৈ উত্তম প্ৰবন্ধবোৰৰ প্ৰদান কৰিছে ।
মহাত্মা গান্ধীয়ে যিটো পথ প্ৰদৰ্শন কৰিছিল আমি সেই পথত গতি কৰি আছো ।
অনন্ত জীৱনৰ পথত চলক ।—মথি ৭ : ১৩ , ১৪.
জলবায়ু পৰিৱর্তন আমাৰ প্রত্যেকেৰ বাবেই এক প্ৰত্যাহ্বান ।
ৱেব ছাইট চাৰ্টিফিকেট ট্ৰাষ্ট ছেটিংছ সম্পাদনা কৰক ,ৱেবছাইট প্ৰমাণপত্ৰ বিশ্বাস ছেটিংছ সম্পাদনা কৰক
তদুপৰি ভীষণ মেঘ গৰ্জ্জনৰ নিচিনা “ তেওঁবিলাকক জ্বলন্ত ক্ৰোধেৰে ব্যাকুল ” কৰিব । —গীত ২ : ৫.
সূৰ্যোদয় দেশ খনলৈ আহক আৰু সৌন্দৰ্য , বন্ধুত্ব , বহুজাতি আৰু উৎসৱৰ অভিজ্ঞতা আহৰণ কৰক ।
যীচু খ্ৰীষ্টই আমাক “ ঈশ্বৰলৈ ধনৱান ” হ’বলৈ “ স্বৰ্গত , . . . অক্ষয় ধন সাঁচি ” থবলৈ উৎসাহিত কৰিছিল । —লূক ১২ : ২১ , ৩৩.
আৰু হৰাদাৰ পৰা যাত্ৰা কৰি , মখেলোতত ছাউনি পাতিলে ।
কিন্তু সেই কাৰ্য্য প্ৰেমেৰে প্ৰেৰিত হৈ কৰিছে বুলি ল’ৰা-ছোৱালীয়ে স্পষ্টকৈ বুজি পোৱা উচিত ।
আৰু যদি তেওঁৰ মূৰৰ আগফালৰ চুলি সৰি যায় আৰু টপা ; তেৱোঁ শুচি ।
আপোনাৰ ড্ৰাইভত এই বৈশিষ্ট্যটোক 1 ৰ প্ৰয়োজন ইয়াৰ 3 ৰ 2 উপবৈশিষ্ট্যবোৰ নিৰ্বাচন কৰা হৈছে আপোনাৰ হাৰ্ড ড্ৰাইভত উপবৈশিষ্ট্যবোৰক 4 ৰ প্ৰয়োজন
এখন সুখী জগতৰ মাপকাঠী
সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক , কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়া বুলি গণ্য কৰক ।
( ১ বংশাৱলি ৮ : ১ ) ইয়াৰ উপৰিও বাবিলৰ দাসত্বৰ পৰা মুকলি হৈ যিৰূচালেমলৈ অহা প্ৰথম বাসিন্দাসকলৰো নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে । —১ বংশাৱলি ৯ : ১-১৬.
ঈশ্বৰৰ বাক্যই এনে লোকসকলৰ লগত “ আলাপ-ব্যৱহাৰ ” অৰ্থাৎ মিলা-মিচা কৰাৰপৰা দূৰে থাকিবলৈ আমাক নিৰ্দেশনা দিয়ে ।
( গীতমালা ৩২ : ৩ , ৪ ; ৫১ : ৩ ) তেনেহ’লে এইটো স্পষ্ট নহয়নে যে যিহোৱাৰ ব্যৱস্থাই ব্যভিচাৰৰ পৰা আঁতৰাই ৰাখি আমাক সুৰক্ষা প্ৰদান কৰে ?
১ কৰিন্থীয়া ৯ ১৭  যিয়েই নহওক , আমাৰ গৰাকী অৰ্থাৎ যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক এই সকলোবোৰ কষ্ট সহন কৰি প্ৰস্তুত হ’বলৈ প্ৰেৰিত কৰিব ।
তেওঁ কয় যে ফিক্কিয়ে ক্ষূদ্ৰ ব্যৱসায়ীসকলৰ মাজত সজাগতা বৃদ্ধিৰ পদক্ষেপ ল’ব বুলি তেওঁ আশাবাদী ।
কিন্তু মই কেৱল এটা পোক মাথোন , মানুহ নহওঁ ; মানুহে মোক নিন্দা কৰে , লোকসমূহে মোক তুচ্ছ জ্ঞান কৰে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে প্রকল্পটোৰ কাম নির্দিষ্ট সময় আৰু ধাৰ্য কৰা ব্যয় অনুসৰিয়েই সম্পূর্ণ হৈছে ।
আজি ভংগ হ’ব বিৰাট কোহলীৰ নামত থকা এক বিশ্ব ৰেকৰ্ড ।
ভগৱান ৰামৰ এই মন্দিৰে অহা বছৰ ধৰি মানৱ/মানৱতাক অনুপ্ৰেৰিত আৰু নিৰ্দেশনা অব্যাহত ৰাখিব ।
ৰজাই উত্তৰ দি ক’লে ,  অহীমেলক , তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব ।
চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ ।
আনহাতে , বেয়া কথা-বতৰাই আনৰ ভাৱনাক আঘাত দিব পাৰে ।
প্রধানমন্ত্রীয়ে কয় যে আগতে ৩৫০ টকাতকৈও অধিক দামত এলইডি বাল্ব বিক্রী হৈছিল ।
আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে । তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল ।
সেয়েহে পৃথিৱীত থকা সময়ছোৱাত যীচুৱে এইদৰে ক’ব পাৰিলে   মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে , কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে
মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে তোমাৰ ঈশ্বৰ ক’ত আছে তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে ।
একমাত্ৰ স্তম্ভ ফ্ৰেম হাতেৰে ভৰাওক
৪২ কথা কোৱা গাধ
কিছুলোকে কব খোজে মহিলাসকলৰ মাহেকীয়াৰ সময়ত ই কাষ চাপি আহে ।
প্ৰস্পেক্টাচৰ পেৰুচালে অৱশ্যে প্ৰকাশ কৰে যে পৃষ্ঠপোষকতা কৰা আসনবোৰ কেৱল পৃষ্ঠপোষকতা কৰা প্ৰাৰ্থীসকলক হে আৱণ্টন কৰিব পাৰি ।
দানৰ বিষয়ে মোচিয়ে ক’লে ,  দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ ।
দ্রুতগতিত কথা কোৱা লোকক চোৱা ; তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে ।
সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল । যটবাথাত বহুতো জুৰি আছিল ।
দশম শতিকাৰ ৰন্থমবোৰ কিল্লাৰ ধ্বংসাৱশেষ আৰু যোগীমহল ৰন্থমবোৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যানৰ অনান্য আকৰ্ষণসমূহ ।
( আদিপুস্তক ৬ : ২২ ) তেওঁৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থকাৰ বাবে এই সকলোবোৰক সফলতাৰে কৰিব পাৰিলে ।
ইয়াৰ প্ৰমাণ আমি গোটেই বিশ্বত অসংখ্য লোকে খ্ৰীষ্টৰ জন্মোৎসৱ পালন কৰা আৰু যীচুৰ জন্মত হোৱা ঘটনাক অভিনয় কৰি প্ৰদৰ্শন কৰাৰ দ্বাৰা দেখিবলৈ পাওঁ ।
মই এনে গান শুনো , যাৰ কথাবোৰে মোৰ মনক শুদ্ধ বিষয়বোৰত ধ্যান দিবলৈ কঠিন কৰি তোলে ?—১ কৰিন্থীয়া ৬ : ৯ , ১০.
ইস্ৰায়েলে যাকোবে ক’লে , তোমালোকে মোলৈ কিয় এনে দুর্ব্যৱহাৰ কৰিলা ? তোমালোকৰ যে এজন ভাই আছে সেই কথানো লোকজনক কিয় ক’লা ?
তাৰ পাছত মোচিয়ে দ্বিতীয় মতা মেৰটো আনিলে , এইটো অভিষেকৰ মেৰ ; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰৰ মূৰত হাত দিলে ।
অব্ৰাহামক তেওঁৰ অতি মৰমিয়াল পুত্ৰ ইচ্হাকক বলিদান কৰিবলৈ ঈশ্বৰে আজ্ঞা দিছিল ।
তাতে কৰূব , খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে , আৰু সোণৰ পতা কৰি , সেই সোণ কটা কামত লগালে ।
প্ৰথম দুটা অংকৰ পাছত থাকিব লাগিব
টিচিআইএলে ৪৮খন দেশত অতিকে উন্নত মানৰ পান-আফ্রিকান ই-নেটৱর্ক গঢ়ি তোলাৰ কাম কৰি আহিছে ।
ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰা ভূতত্ববিদ৷ যেনে ,  ভূমিকম্পবিদসকলে ২০১১ চনৰ ছেপ্তেম্বৰ মাহত ভাৰতৰ চিকিম আৰু উত্তৰ পূৱ অঞ্চলত অহা ভূমিকম্পটোৰ বিষয়ে অধ্যয়ন কৰি আছে ৷
ইয়াৰ জৰিয়তে ১০ কোটিতকৈ অধিক দুখীয়া আৰু অৱহেলিত শ্ৰেণীৰ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য ধাৰ্য কৰা হৈছে ।
যীচুৰ সতীয়া ভায়েক যাকোব আৰু যিহূদাই সঙ্গী খ্ৰীষ্টান ভাইবিলাকক উৎসাহিত কৰিলে
মই পৌল , ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ পাঁচনি আৰু আমাৰ ভাই তীমথিয় ,
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুন , দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত নিটী আয়োগৰ গবৰ্নিং কাউন্সিলৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰিব ।
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে , তেওঁ সুৰক্ষিত হৈ চলে , কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে , তেওঁক বিচাৰি উলিওৱা হ’ব ।
কিয়নো মানৱীয় প্ৰধানবিলাকে ঈশ্বৰৰ জাকটিক ন্যায়পূৰ্ণতাৰে চোৱা-চিতা কৰা আজ্ঞাক পালন কৰাত বিফল হ’ল ।
কিৰিয়াথয়িম , চিবমা , উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ চহৰ ।
ৰাজস্থান আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে আৰু ভিলৱাৰাৰ টেক্সটাইল হাব এটা চুপাৰ ক্লাষ্টাৰ্ক্সা0লৈ পৰিৱৰ্তিত হ'ব পাৰে বুলি আশংকা কৰা হৈছে ।
এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে অতীন্দ্রিয়বাদী কবি গুৰু ৰবিদাসৰ শিক্ষা আৰু আদর্শই সদায়ে আমাক অনুপ্রাণিত কৰে ।
ট্ৰেঙৰ স্থানীয় অধিবাসীসকল আৰু নিকটবৰ্ত্তী প্ৰদেশবোৰৰ মানুহবোৰে বিশ্ৰাম কৰিবলৈ আৰু মছলাযুক্ত সাগৰীয় খাদ্যৰ জুটি ল বলৈ ইয়ালৈ আহে ।
অৱশ্যেই যা বলগীয়া আন এখন ধাবা হ ল তেহছিল সং কা ধাবা । স্থানীয় লোকসকলৰ মাজত এইখন অতি পচন্দৰ ।
প্ৰধান মন্ত্ৰীয়ে এই মন্দিৰটো পাৰস্পৰিক প্ৰেম আৰু ভাতৃভাৱৰ আধাৰত নিৰ্মাণ কৰিব লাগে বুলি কৈছিল ।
ফিনলেণ্ডৰ ছাণ্টা ক্লজ গাওঁখনে পৰ্যটনৰ সমস্যাৰ সন্মুখীন হৈছে ।
মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল ।
হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে । যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে ;
যাকোবৰ মৃতদেহ মৈদাম দিবলৈ কনান দেশলৈ নিয়া হ’ল ।
আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে ।
অনুমোদিত টেক্সট দৈৰ্ঘ্যৰ সৰ্বাধিক সংখ্যাটো ভৰাওক
তৃতীয়তে , প্ৰধানমন্ত্ৰীয়ে গেছ বিতৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰে ।
ইয়াক কমবয়সীয়া মহিলাক মুখতো ইংৰাজী শুনিলে আপুনি আচৰিত নহ ব এই বাবেই যে ইয়াক গ্লোৱেল ভিলেইজ বুলিও কোৱা হয় ।
সিহঁত ডেকা কালতে মৰে , আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্ৰাণ নষ্ট হয় ।
ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ অসম সেউজীয়া সমতল উপত্যকা আৰু ঘন অৰণ্যৰ বাবে চহকী ।
এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে ; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে ।
তৃতীয় ব্যক্তি বহুবচন
গতিকে এই সকলো উত্তম আশীৰ্ব্বাদৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাই আমাক তেওঁৰ স্তৰসমূহ আৰু “ মহৎ কৰ্ম্মৰ ” বিষয়ে আনক উৎসাহেৰে কবলৈ আৰু স্তুতি কৰিবলৈ প্ৰেৰিত কৰে ।
ব্রিক্‌ছ আৰু আইটিইউৰ দৰে মঞ্চত দুয়োখন দেশে পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় সাধনৰ বিষয়ত কাম কৰাৰ বাবে একমত হৈছে ।
বিচ্ছিন্নতাবাদৰ সমৰ্থক ব্যক্তি , যি বিচ্ছিন্নতাক এক সাংবিধানিক অধিকাৰ বুলি ভাৱে ।
নিৰ্বাচিত স্তম্ভবোৰ প্ৰদৰ্শন কৰিবলৈ ক্লিক কৰক ,প্ৰদৰ্শন কৰিব লগা স্তম্ভবোৰ নিৰ্বাচন কৰিবলৈ ক্লিক কৰক
তিতা বজাৰৰ আকৰ্ষণ পশ্চিমৰ কৃষক বজাৰৰ পৰা ইমান বেলেগ নহয় গ্ৰাহকসকলে জানে খাদ্য সতেজ কিয়নো ইয়াত সামান্য ৰেফ্ৰিজাৰেচন আছে ।
হে ঈশ্বৰ , তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা ; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা ।
আনকি কিছুমানৰ ঘৰবোৰ হাতী দাঁতৰ আচবাবেৰে সজোৱা হৈছিল আৰু তেওঁলোকে নিজৰ “ মনোহৰ দ্ৰাক্ষাবাৰীৰ ” পৰা উৎপন্ন হোৱা দ্ৰাক্ষাৰস পান কৰিছিল ।
তেওঁৰ দৃষ্টিভঙ্গীও মনোযোগেৰে শুনক ।
হে বীৰ , তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা ; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা ।
তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা ; হে সমগ্র পৃথিৱীৰ লোক , তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা ।
লণ্ডন এখন অদ্ভুত চহৰ ।
মুঠতে সকলোবোৰ ভুল হৈছে ।
সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি , যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ ল আৰু ঈশ্বৰক ন্যায়ৱান বুলি স্বীকাৰ কৰিলে ;
তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা ।
বহুতো যিহোৱাৰ সাক্ষীয়ে উপলব্ধি কৰিছে যে সদাচাৰী হোৱাৰ বাবে তেওঁলোকে উপকৃত হৈছে ।
মোলৈ কাণ পাতা , মোক শীঘ্ৰে উদ্ধাৰ কৰা ; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয় শিলা হোৱা , মোৰ দৃঢ় কোঁঠ হোৱা ।
পৰ্তুগীজ সকলে বন্ধুক , কামন আৰু অন্যান্য বস্তু এখন গঢ় লৈ উঠা বজাৰ টীনত লাভ কৰিছিল ।
প্ৰতিষ্ঠিত উৎসৰ পৰা অহা সতৰ্কবাণীৰ প্ৰতি আপুনি গভীৰভাৱে মনোযোগ দিয়েনে ?
এই হেতুকে এতিয়া মোৰ কথা শুনা :  তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা ; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে ।
বাৰ্দ্ধক্যজনিত শাৰীৰিক দুৰ্বলতা বা জৰাৰ পৰা মুক্ত হৈ থকা , বা সদায় ডেকা হৈ থকা
পাছে “ লোকবিলাক যেন যিহোৱাৰ প্ৰজা হয় , এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে । ”
দেশবিদেশত বিজয় নিচান উৰুৱাই গুৱাহাটীত যুঁজিবলৈ আহি আছে মেৰীকম ।
অৱশ্যেই আমি ইয়াৰ প্ৰমাণ দেখা পাইছোঁ!
চিয়েম ৰিপ জিলা বেণ্টেয় শ্ৰেইএই বছৰ বিশাল পুতলা পেৰেড প্ৰদৰ্শন কৰে ।
• ৪ হাজাৰ টকাৰ ভিত্তিমূল্যৰ কাঠেৰে নিৰ্মিত অশোক স্তম্ভৰ এটি ৰেপ্লিকা ১৩ লাখত বিক্ৰী হয় ।
মঙ্গহ , শাক পাচলি আদি খাদ্যবস্তু পানীত সিজাই কৰা জোল
বৰষুণৰ পাছত ৰ’দ দিলে পানীৰ কণিকাবিলাকত যেতিয়া সূৰ্য্যৰ পোহৰৰ প্ৰতিফলন হয় , তেতিয়া মেঘধেনু দেখিবলৈ পোৱা যায় ।
মাহৰ দ্বিতীয শনিবাৰ
আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ , সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক , যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে ।
যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব , আৰু গাধ , উটবোৰত আৰোহী দেখিব , তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব ।
ইয়াৰ জল ভাগ আভ্যান্তৰলৈ শুকাই যোৱাত পবিত্ৰ নদী সৰস্বতীক কুৰুক্ষেত্ৰলৈ বোৱাই অনা বুলি কোৱা হয় আৰু এই নদীৰ পাৰত বহুত স্তোত্ৰ ৰচনা হৈছিল ।
তোমালোকৰ দেশ উচ্ছন্ন হৈছে ; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে ; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে ; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে ।
· তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা ইলেক্ট্ৰ’নিকছৰ ক্ষেত্ৰত সহযোগিতাৰ যৌথ ঘোষণা পত্ৰ ।
তেতিয়া বিলিয়ামে উঠি গুচি গ’ল । তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল ।
ইফিচত থকা বিশ্বাসী খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে এনেদৰে উদগাইছিল :  “ প্ৰভুৰ সন্তোষজনক কি , পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় ” কৰা ।
পৰামৰ্শ আৰু জ্ঞানৰ বিষয়েমই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে ?
আনহাতে , পৌলে ইব্ৰী ১৩ : ১৭ পদত উল্লেখ কৰিছে যে আজ্ঞা উলংঘন কৰা কিয় হানিকাৰক ।
চিমিয়োনৰ পুত্র যিমূৱেল , যামীন , ওহদ , যাখীন , চোহৰ আৰু চৌল । চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র ।
উৎকৃষ্ট খেলুৱৈৰ বাবে চাকৰিত ৫ শতাংশ সংৰক্ষণ মিজোৰামত ।
লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ । এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ ।
আমিও যিহোৱাৰ  অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক  স্বভাৱৰ প্ৰমাণ দেখি আচৰিত হওঁ ।
যিহোচূৱাই তেওঁলোকক মাতি আনি ক’লে ,  তোমালোকে আমাৰ মাজতে থাকিও , ‘আমি তোমালোকৰ পৰা বহু দূৰত থাকো’ , এইবুলি কৈ কিয় আমাক প্ৰবঞ্চনা কৰিলা ?
ঠিকনাত 100 টাতকৈ বেছি আখৰ থাকিব নোৱাৰে ,ঠিকনাত 100 টাতকৈ বেছি আখৰ থাকিব নোৱাৰে
সাধাৰণতে দীপাৱলীৰ সমান্তৰালভাৱে শীতকাল আৰম্ভ হৈ যায় ।
থাম্বনেইল পূৰ্বদৃশ্যবোৰৰ দৰে মাইক্ৰছফট উইণ্ডজ এক্সপ্ল ৰাৰটোৱে ডকুমেন্টবোৰৰ বিষয়ে তথ্য দেখুৱাবলৈ সক্ষম কৰি তোলে
ফলস্বৰূপে , কোটি কোটি দৰিদ্ৰ লোকৰ জীৱনত অৱশ্যেই উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে ।
আমাৰ শত্ৰু , তাৰ কৌশল আৰু ‘মালযুদ্ধৰ’ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে ?
জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে , বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে ।
৬ দৰাচলতে , আমাৰ নিচিনা অসিদ্ধ মানৱে সৰ্ব্বশক্তিমান ঈশ্বৰৰ দৃষ্টিত অমূল্য হ’ব পাৰেনে ?
( যিচয়া ১১ : ২-৪ ) ইয়াৰপৰা বুজিব পাৰি যে যীচুৱে ধাৰ্ম্মিকতা আৰু ন্যায়েৰে এই পৃথিৱীৰ লোকসকলৰ ওপৰত শাসন কৰিব ।
২০১৬ চনত মই দুয়োগৰাকী বিশিষ্ট নেতাৰ ভাৰত ভ্ৰমণ কালত আলোচনাত মিলিত হোৱাৰ সূযোগ পাইছিলোঁ ।
মোচিৰ মাকে এটা জপা ল’লে আৰু ভিতৰত যাতে পানী নোসোমাই , তাৰ বাবে চাৰিওফালে এঠা লগালে ।
সেই ঠাইত সাতজন ভাই ককাই আছিল ; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ ল ।
ছেয়েৰা লিঅ’নত বাস কৰা জেমচ্ নামৰ এজন ৭০ বছৰীয়া খ্ৰীষ্টান ভায়ে জীয়াই থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল ।
আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ সমান্তৰালভাৱে লাক্ষাদ্বীপ বৃহৎ উন্নয়নমুলক আন্তঃগাঁথনিৰ সন্দৰ্ভতো আলোচনা কৰা হয় ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অতি-সক্ৰিয় প্ৰশাসন তথা সময়োচিত ৰূপায়ণৰ বাবে থকা বহুমূখী মঞ্চ প্ৰগতিৰ ২২ তম বাৰ্তালাপ অনুষ্ঠানত পৌৰোহিত্ব কৰে ।
অমৃতসৰত ঊলৰ কম্বল , শ্বাল , চুৱেটাৰ আদি হস্তশিল্পৰ সামগ্ৰী অতি সস্তাতে পোৱা যায় ।
প্ৰাচীন সময়ৰ উৎসাহী প্ৰচাৰকসকল
আমি সকলোৱে মিলি দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰিহে এৰমি ।
( পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল ; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী , সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায় ।
চাপমুক্ত পৰিয়ালৰ উত্তেজনামূলক বন্ধ কটাব খুজিলে ইচিল অৱ্ ৱেইটলৈ আহক ।
ন্যায়াধিকৰণৰ ফলাফল আৰু অনুমানবোৰ ৰেকৰ্ডত থকা প্ৰমাণ আৰু নথিপত্ৰৰ ওপৰত আধাৰিত আৰু সেইবোৰত কোনো স্পষ্ট ত্ৰুটি দেখা নাযায় ।
৯ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা পাঁচনি পৌলৰ মনোবৃত্তিক আক্কিলা আৰু প্ৰিষ্কিল্লাৰ উপৰিও আন বহুতো ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকে অনুকৰণ কৰিছিল ।
গাখীৰৰ ওপৰত ডাঠ হৈ চামনি পৰা তেলাল ভাগ ।
তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে ? আৰু তোমাৰ জুৰীৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে ?
জল এম্বুলেন্স আৰু জল শ বাহিনী শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই জল পৰিবহণৰ উন্নয়নকে সুচাইছে ।
সূৰ্য আৰু আন গ্ৰহৰ পৃথিৱীৰ আটাইতকৈ দূৰৰ অৱস্থান ।
যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি , আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব ; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব ।
4. পৰিকল্পনা , ব্যৱস্থাপনা আৰু কাৰিকৰী শিক্ষা আৰু প্ৰসিক্ষণ তথা দক্ষতা উন্নয়ণৰ বাবে পৰামৰ্শমূলক সেৱাৰ সুবিধা ।
৫ যদি অব্ৰাহামে নিজৰ দৃষ্টিভঙ্গীৰ সামঞ্জস্যত চলা হ’লে যিহোৱাই তেওঁৰ মিনতি শুনিলেহেঁতেননে ?
সেইদৰে প্ৰধান পুৰোহিত , পৰিচাৰক সকলে বিদ্ৰূপ কৰি ক লে ,
ষ্টেণ্টছ আৰু আঠু সংৰোপন ব্যয়ো নিয়ন্ত্ৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।
আগৰ সময়ত লোকসকলে তৰোৱাল , যাঠি , ধনু-কাঁড় আৰু ৰথেৰে যুদ্ধ কৰিছিল ।
এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব ।
যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছো , তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ ।
মই পূর্ণ স্বাধীনতাৰ নোপোৱালৈকে ক্ষান্ত নহ’ও ।
যীচুৱে উত্তৰত তেওঁলোকক ক’লে , মই এটা কাম কৰিলোঁ , তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে ।
মংগল চোৱা কি , আৰু আমি ইয়াৰপৰা কিয় আঁতৰি থকা উচিত ?
মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোতে , মই নাগদানা আৰু বিহ সোঁৱৰণ কৰো ।
তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে ।
আচেৰৰ মাজৰ পৰানিজৰ উত্তম আহাৰ জন্মিব ; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব ।
উক্ত ঠাই ভ্ৰমণৰ যোগেদি আনন্দ আৰু পবিত্ৰতা উপলব্ধিৰ উপৰিও ভাৰতীয় মহান ধৰ্মগুৰু গৰাকীৰ বিষয়ে গভীৰতম উপলব্ধি কৰিব পাৰি ।
পৰীক্ষাবোৰে আমাক যিহোৱা ঈশ্বৰৰ কাষ চাপি , সহায় বিচাৰি তেওঁৰ ওপৰত ভাৰসা কৰিবলৈ সহায় কৰিব পাৰে ।
তেওঁলোকৰ এনে কাৰ্য্যই তেওঁলোকক “ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী ” সাব্যস্ত কৰিছিল ।
ৰূপান্তৰৰ সকলো ঘটনা য'ত অতীতৰ অপব্যৱহাৰ অকৰ্তৃত্বশীল নিৰ্মাণৰ প্ৰতিবেদন দিয়া হৈছিল বা অপব্যৱহাৰ অব্যাহত আছে ৰূপান্তৰৰ বাবে প্ৰক্ৰিয়া কৰিব লাগিব ।
চফটিয়াৰ বংশধৰসকলৰ সংখ্যা তিনিশ বাসত্তৰ জন ।
বিগত ৬০ বছৰে আপোনালোকে নিজৰ সেই অভিযানত নিয়োজিত হৈ আছে ।
বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে পুত্ৰতকৈ পিতৃ মহান ।
তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে ।
বিটমেপটো ছেভ নকৰাকৈ ৰূপান্তৰিত কৰা হ ল নিৰ্বাচিত বিটমেপটো আপুনি সলনি কৰিব পাৰে বা নতুন এটা যোগ কৰিব পাৰে
কুকুৰে দুখ পাই  উচ্চ স্বৰত চুটী চুটীকৈ ভুক ।
তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায় ; তেওঁৰ বাক্য ততালিকে ধাবমান হয় ।
বহুবচনত প্ৰথম পুৰুষক বা নিজক
দুয়োখন দেশ আন্তঃৰাষ্ট্ৰীয় আইনেৰ নীতিৰ প্রতি তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰি আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ ক্ষেত্রত ৰাষ্ট্রসঙ্ঘেৰ কেন্দ্রীয় ভূমিকাৰ ওপৰত বিশেষ জোৰ দিছে ।
কমাৰ শালত লো তপতাওতে লো জাৰিত হৈ ওলোৱা মল ।
তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য্য অনুসৰণ কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল ।
বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে , সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে ।
তেওঁৰ নাম কি ?
পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে , তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে ।
এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে ; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় , বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া মাণ্ডলিক কাৰ্যালয়( SEARO ) আৰু যক্ষ্মা প্ৰতিৰোধ বিভাগে যুটীয়াভাৱে সন্মিলনখনি আয়োজন কৰিছে ।
তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে ; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে ।
( ১ বংশাৱলি ২৮ : ৯ ) ৰজা হোৱাৰ পিছত চলোমনে গিবিয়োনত থকা সাক্ষাৎ কৰা তম্বুলৈ গৈছিল আৰু যিহোৱালৈ বলিদান উৎসৰ্গ কৰিলে ।
তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায় ; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোকে বিপদতো নপৰে ।
( দানিয়েল ১২ : ৪ ) বিশেষকৈ , ১৯১৪ চনৰপৰা যিসকল লোকে যিহোৱাক উপাসনা কৰিব বিচাৰিছে , সেই লোকসকলক বাইবেলৰ সত্যতা বুজিবলৈ ঈশ্বৰে বেছিকৈ সহায় কৰিছে ।
যদি তোমাৰ বিবেচনা থাকে , তেন্তে এই কথা শুনা , আৰু মোৰ বাক্যলৈ কাণ পাতা ।
২ , ৩   ক  ইস্ৰায়েলৰ প্ৰধানবিলাকে কেনে গুণ দেখুউৱাব লাগিছিল , কিন্তু তেওঁলোকে কেনে হোৱাৰ পৰিচয় দিছিল ?
ইছৰোৰ শততম উপগ্ৰহ উৎক্ষেপনে ইয়াৰ গৌৰৱময় সাফল্যৰ সমান্তৰালকৈ ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ উজ্জ্বল ভৱিষ্যতৰ দিশো প্ৰতিফলিত কৰে ৷ ভাৰতৰ সাফল্যৰদ্বাৰা আমাৰ সহযোগী ৰাষ্ট্ৰবোৰো উপকৃত হ’বলৈ সক্ষম হৈছে ৷ আজিৰ উৎক্ষেপনৰ জৰিয়তে মুঠ ৩১টা উপগ্ৰহৰ ভিতৰত আন ছয় দেশৰ ২৮টা উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিয়া হৈছে ৷’—প্ৰধানমন্ত্ৰীয়ে কয় ৷
ফাইল ইতিমধ্যে আছে
কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে , সেই জনৰ ক্ষমা কেতিয়াও নহ’ব ; সি অনন্ত পাপৰ অধিকাৰী ।
তাতে সিহঁতে যীচুক বিনয় কৰি কলে , আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক ; আমাক সিহতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক ।
যীচু খ্ৰীষ্ট এই ৰাজ্যৰ ৰজা হ’ব ।
বৰঞ্চ ঈশ্বৰৰ ক্ষমতা আৰু তেওঁৰ আজ্ঞাকাৰী হোৱাও সন্মিলিত আছে ।
সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া । তাইৰ জীয়েকৰ পৰা ভুত খেদাবলৈ তাই তেওঁক মিনতি কৰিলে ।
গধূলি সময়ত শিষ্যসকলে যীচুৰ ওচৰলৈ আহি ক’লে :  ‘এই ঠাই নিৰ্জন আৰু বেলিও পৰিল ।
তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা , আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা , প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা ।
চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচলেমত থকা পাঁচনিসকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে ।
আৰু যি জনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে , তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে । তেওঁ যে আমাৰ লগত থাকে , ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানো ।
মোচিয়ে তেজৰ আধা অংশ , কেইটামান চৰিয়াত থলে , আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে ।
আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল । সেইবোৰৰ খুটা দহটা , আৰু খুটাবোৰৰ চুঙী দহটা আছিল ; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল ।
প্ৰধানমন্ত্ৰীয়ে ৪০০ কেভি দ্বৈত চাৰ্কিটৰ শিলচৰ–ইম্ফল লাইন দেশবাসীৰ নামত উচৰ্গা কৰে ।
সোমনাথপুৰৰ এই সু সংৰক্ষিত মন্দিৰটো অৱশ্যে দৰ্শনীয় ।
কোলাহ্ম আৰু শব্দ আৰু বিভ্ৰান্তিৰ এক অৱস্থা ; হিংসাত্মক আন্দোলন
আনহাতে মানৱীয় বিচাৰধাৰাৰ ওপৰত আধাৰিত থকা অনুযোগ হৈছে হানিকাৰক আৰু অপমানজক ।
AIIB ৰ দৰে আঞ্চলিক পর্যায়ৰ প্রতিষ্ঠানসমূহে সহায় সম্পদৰ প্রসাৰ তথা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ।
পৰ্টু ৰিক ৰ লোকসকলে এক সাংস্কৃতিক আৰু গোষ্ঠীয় মিশ্ৰনক প্ৰতিনিধিত্ব কৰে ।
আমি প্ৰেম কৰা সত্যৰে লোকসকলক আকৰ্ষণ আৰু তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিবলৈ আমাৰ লক্ষ্য হোৱা আৱশ্যক ।
কৃমি বা পেলু মাৰিব পৰা ঔষধ বা পদাৰ্থ
তাৰ পিছত তেওঁ চহৰখনৰ ‘দূৰ্গা মাতা মন্দিৰ’ ভ্ৰমণ কৰিব ।
একমাত্ৰ বাইবেলখনেহে এনে প্ৰমাণীত কিতাপ যিয়ে আমাক সঠিক পথ-প্ৰদৰ্শন প্ৰদান কৰিব পাৰে ।
পাঁচদিনৰ বিপৰীতে চাৰিদিনলৈ হ্ৰাস পাব পাৰে টেষ্ট মেচ ।
ইস্ৰায়েলৰ সন্তানসকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল , কেৱল ঘচাত , গাতত আৰু অচদোদত্ হে কোনো অৱশিষ্ট থাকিল ।
এই শ্ৰেণীটোৰ অধীনত কোনো প্ৰডাক্ট নাই
উপাংশ সেৱাবোৰ এই কম্পিউটাৰটোত ইনষ্টল কৰা হোৱা নাই এই ইনষ্টলেশ্বনটো সফলভাৱে সম্পূৰ্ণ হোৱাৰ কাৰণে উপাংশ সেৱাবোৰৰ প্ৰয়োজন
ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা । ” —ৰোমীয়া ১২ : ৯ , ১০.
এটা কটা মুৰ্ত্তি এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে ; সোণাৰিয়ে তাৰ ওপৰত সোণৰ পতা মাৰে , আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে ।
সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে ।
তেওঁ শিক্ষাৰ্থীসকলক প্রশ্ন কৰিবলৈ কেতিয়াও ভয় নকৰিবলৈ পৰামর্শ আগবঢ়ায় ।
চলোমনৰ এই কাৰ্য্যবোৰে যিহোৱাক ক্ৰোধিত কৰিলে । সেইবাবে যিহোৱাই চলোমনক ক’লে   মই তোমাৰপৰা ৰাজ্য কাঢ়ি আন এজনক দিম ।
বাস কৰা লোকসকলৰ লগত বানিৰ পুত্র ইম্ৰীয় , ইম্ৰীয়ৰ পুত্র অম্রীয় , অম্রীয়ৰ পুত্র অম্মীহূদ , অম্মীহূদৰ পুত্র উথয়ৰ লগতে যিহূদাৰ পুত্র পেৰচৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল ।
কিয়নো তেওঁৰ বিষয়ে শিকি আপোনাৰ জীৱনটো উত্তমতালৈ এক চিৰস্থায়ী পৰিৱৰ্তন হ’ব ।
কৰোনাভাইৰাছৰ ঘটনা পৰীক্ষা কৰা কৰ্মচাৰীসকলক সুৰক্ষিত কৰিবলৈ ব্যক্তিগত পৰীক্ষাগাৰবোৰ কেনেদৰে তেওঁলোকৰ পথৰ বাহিৰলৈ গৈ আছে ।
স্ৱৰ্গৰ ঈশ্ৱৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্রসকলৰ কাৰণে তেওঁলোকে প্রাৰ্থনা কৰিবলৈ তোমালোকে এই দৰে কৰা ।
হে যিহোৱা , মোক কেৱল ন্যায়েৰে শুধৰোৱা , কিন্তু ক্ৰোধেৰে নহয় ; নহলে , মোক গ্ৰাস কৰিব ।
আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ আনিলে বক্সাৰ যমুনা বড়োৱে ।
সংস্কৃত ব্যাকৰণত দখল থকা ব্যক্তিক দিয়া আনুষ্ঠানিক উপাধি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
তলত দিয়া কোনটো কোনকেইটা উক্তি শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত শুদ্ধ ?
আত্মাই যি কৈছে তাক মনোযোগেৰে শুনা অভিষিক্ত বৰ্গৰ বাবে স্বৰ্গত “ ঈশ্বৰৰ পৰম-দেশত ” অৰ্থাৎ যিহোৱাৰ নিবাসস্থানত চিৰকলীয়া জীৱন লাভ কৰিব ।
সেই তক্তাবোৰত সোণৰ পতা মাৰিবা , আৰু ডাংবোৰ সুমুউৱাবলৈ , সোণৰ চক্র গঢ়াবা ; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা ।
অনিচ্ছাকৃতভাৱে বহুতো ৰাসায়নিক পদাৰ্থক একত্ৰিত কৰি আধ্যাত্মিক আৱশ্যকতা থকা প্ৰাণীক কিয় সৃষ্টি কৰা হ’ল ?
কাৰোবাক কোনো প্ৰয়োজনীয় কাম কৰি দিয়া ।
মহাযানা বৌদ্ধ সুত্ৰৰ মতে দূৰৱৰ্তী কালত তেওঁ ৰজা আছিল ।
এইটোৱেই আছিল দানৰ জনগোষ্ঠীৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল ।
লেবীয়া লোক সকল অজনিয়াৰ পুত্ৰ যেচুৱা , হেনাদদৰ পৰিয়ালৰ বিন্নুই , কদমীয়েল ,
যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা বিদ্ৰূপ কৰিলে , তেতিয়া দায়ূদৰ ককায়েক চিমিয়ীৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে ।
উদাহৰণস্বৰূপে , এটা কেঁচুৱাই তাৰ সৰু সৰু হাত-ভৰিবোৰৰ কাৰ্য্যৰ বিষয়ে ভালদৰে বুজি নাপায় ।
“ মোৰ সহপাঠীসকলে মোৰ সংগ এৰিবলৈ ধৰিলে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ অসামৰিক বিমান পৰিবহণ ক্ষেত্রৰ দ্রুত পৰিৱৰ্তন হৈছে আৰু ১২৫ কোটি ভাৰতবাসীৰ বাবে এয়া যথেষ্ট ইতিবাচক কথা ।
কাম কৰি ভালপোৱা লোক
অতীতৰ কোনো  কাম , ঘটনা , পৰিস্থিতি আদিলৈ ঘূৰি চাই সেই বিষয়ে পুনৰাই , সাধাৰণতে অলপ বেলেগ বা নতুন ধৰণেৰে , ভবা ।
সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোতেই , কৰ্মৰ কাৰণে নহয় , কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে , ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ ,
2 য়ে ইয়াৰ প্ৰয়োজনীয় প্ৰডাক্ট এটা ইনষ্টল কৰিব নোৱাৰে আপোনাৰ কাৰিকৰি সহায়ক গোটৰ লগত যোগাযোগ কৰক 3
কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব ।
তেতিয়া তাই ক’লে , মই নাহৰ আৰু মিল্কাৰ পুত্র বথুয়েলৰ জীয়েক ।
তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে , ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা ।’
সেইবাবে তেওঁলোকে যোচেফক এটা দাস হিচাবে বিক্ৰী কৰিলে আৰু তেওঁক মিচৰলৈ লৈ অহা হয় ।
সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে । যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে ।
অতি উচ্চখাপৰ আমোলা বা ব্যক্তিগত কোম্পানীৰ লগত ব্যৱসায়িক লেনদেন কৰিলে পেছাদাৰীত্বৰ প্ৰমাণ ডাঙৰ চহৰবোৰত পোৱা যায় ।
( মথি ১৮ : ১৪ ) সেইবাবে যদি আপুনি সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ উপাসনা কৰে , তেনেহ’লে আপোনাৰ উত্তম কৰ্ম্মৰ যোগেদি উদ্ধাৰ লাভ কৰিব পাৰিব ।
তেওঁৰ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব ; তাইৰ গোবৰে সৈতে তাইৰ ছাল , মঙহ , তেজ দগ্ধ কৰিব ।
আৰু আপুনি ইয়াকো কৰক ; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই , তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক ।
বিজ্ঞান চতুৰ , কিন্তু সৃজনীশক্তি তাতকৈ অলপ কম বোধগম্য আৰু বেছি যাদুকৰী| আৰু আমাক এতিয়া সেই যাদুৰ প্ৰয়োজন|
ছবিখনত দেখুৱাৰ দৰে স্তিফানে আঁঠুকাঢ়ি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে :  ‘হে প্ৰভু , এই বেয়া কাৰ্য্যৰ বাবে তেওঁলোকক শাস্তি নিদিব ।’
এষষ্ঠী হাজাৰ গাধ ,
পুৰণি বিধান দূৰ কৰা হ’ল , কাৰণ ই দুর্বল আৰু নিষ্ফল হৈ পৰিছিল ।
তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব , ‘আপোনালোকে কি কাম কৰে ?’
এক জনপ্ৰিয় ৰাষ্ট্ৰীয় স্বৰ ব্যৱহাৰ কৰা ব্ৰাচিলিঅ ইটিবেৰে ১৮৪৮ ১৯১৩ ব্ৰাজিলৰ প্ৰথমজন সংগীতজ্ঞ আছিল ।
তাৰ পিছদিনা ইস্ৰায়েলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকিব ধৰিলে ।
এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল , এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল ,
কিন্তু এখন অভিধানৰ অনুসাৰে “ ধাৰ্ম্মিক ” শব্দটোৰ অৰ্থ হৈছে “ ন্যায়পৰায়ণ , সদাচাৰী ; নিৰ্দ্দোষী , নিষ্পাপ ; ঈশ্বৰীয় ব্যৱস্থাৰ সামঞ্জস্যত চলা বা নৈতিক স্তৰ গ্ৰহণ কৰা ; ধৰ্ম্মপৰায়ণ বা ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰা । ”
তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক , আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব ।
মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা যোৱা কৰিব । এয়েই যিহোৱাৰ ঘোষণা ।
ইয়োবে জ্ঞানশূণ্য কথা কৈছে , আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত ।
সেইবাবে তেওঁ এইদৰে লিখিছিল   মই যি যি কৰোঁ , সেই সকলোকেই শুভবাৰ্ত্তাৰ নিমিত্তে , অৰ্থাৎ তাৰ সহভাগী হবলৈহে কৰোঁ ।   ১ কৰিন্থীয়া ৯ ২৩
গোপনীয় অন্তৰালটোৰ স্তৰটো
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে , তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লোঁ ।
আপোনালোকে নিজে যাওক আৰু য’ত বিচাৰি পায় , তাৰ পৰা নৰা বিচাৰি আনিব ; কিন্তু আপোনালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব ।’
ই সঁচাকৈ ইয়োবৰ বিচাৰধাৰাক সলনি কৰি বুজিবলৈ সহায় কৰে যে তেওঁ বিশ্বৰ সৃষ্টিকৰ্ত্তাৰ সন্মুখত থিয় হৈ হিচাপ দিবলগীয়া আছিল ।
যীচুৱে তেওঁলোকক ক’লে , আপোনালোক যদি অন্ধ হ’য় , তেন্তে আপোনালোকৰ কোনো পাপেই নহ’লহেঁতেন ; কিন্তু তোমালোকে এতিয়া কৈছা , আমি দেখিছোঁ ; ’ গতিকে তোমালোকৰ পাপ থাকি গ’ল ।
ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো নাতি আদি চাৰি পুৰুষলৈকে দেখিলে ।
সুবিধাজনক , সুলভ আৰু যথেষ্ট পৰিমাণে বিশুদ্ধ খোৱাপানী যোগান সুনিশ্চিত কৰিবৰ বাবে ২০০৯ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনি মুকলি কৰা হৈছিল ।
যিহোৱাৰ ধন্যবাদ কৰা , কিয়নো তেওঁ মঙ্গলময় ; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
খোজ কঢ়া বা চলন ফুৰণৰ ধৰণ ।
কিন্তু খিড়িকিয়েদি পাচিৰে গড়েদি নমাই দিয়াত , তেওঁৰ হাতৰ পৰা সাৰিলোঁ ।
সংযোগ নামটো অন্য এটাত অন্তৰ্ভূক্ত হৈ আছে
গতিকে এনে পৰিস্থিতিত অব্ৰামে সহজে নিৰুৎসাহিত হৈ পৰিলহেঁতেঁন!
এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল ।
মোৰ সৈতে পুনৰ এবাৰ কথা কওঁক , জয় চিয়াৰাম , জয় চিয়াৰাম !!!
মোৰ মূৰ জলময় , আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল , অহ , মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলোহেতেন ।
ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে ।
১৩ সকলোৱে অপৰিপূৰ্ণ হোৱাৰ হেতুকে কেতিয়াবা আমি কোৱা কথাৰ বাবে পাছলৈ অনুতাপ কৰিবলগীয়া হয় ।
এছিয়া উন্নয়ন বেংকৰ দক্ষিণ এছিয়া আঞ্চলিক অর্থনৈতিক সহযোগিতা ব্যৱস্থাৰ অধীনত পথ সংযোগী প্রকল্পত ( দ্বিতীয় পৰ্যায়ৰ আর্থিক সাহাৰ্য ) ভাৰত চৰকাৰৰ আর্থিক সাহাৰ্যত মেচি সেঁতু নির্মাণ প্রকল্পৰ ৰূপায়ণ , ব্যয়ৰ অংশীদাৰিত্ব , সময়সূচী আৰু ৰক্ষাকবচ সম্পৰ্কীয় বুজাবুজি চুক্তি
হে অবাধ্য লোক , ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন ? নিৰ্ম্মিত বস্তুৱে , তুমি মোক এনেকুৱা কিয় কৰিলা বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে ?
হে সন্তানসকল আহাঁ , তোমালোকে মোৰ বাক্য শুনা ; মই তোমালোকক যিহোৱাৰ ভয় শিকাম ।
সমৰ্পণৰ অনুসাৰে চলি আপুনি এই উত্তম বিবেকক বজাই ৰাখক আৰু যিহোৱাই আপোনাক জীৱনৰ বাকীছোৱাত আশীৰ্ব্বাদ প্ৰদান কৰিব । —হিতোপদেশ ১০ : ২২.
তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল , তেওঁ চিন্তাত ব্যাকুল হ’ল ; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল , আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে ।
তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল ।
যদি দুখিত হোৱাৰ উচিত কাৰণ থাকে , তেতিয়াহে আপুনি আপোনাৰ ভায়েৰাৰ ওচৰলৈ যোৱা উচিত
কিয়নো মই জানো যে , মোৰ জীৱনত , অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে । ইচ্ছা কৰিবলৈ মই সমৰ্থ , কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাঁৰো ।
অশিক্ষিত লোকৰ মূৰ্খতা বংশানুক্রমে থাকে ; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ ।
প্ৰধানমন্ত্ৰীয়ে কয় যে আমূল ব্ৰেণ্ডটো সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু বিশ্বৰ সর্বত্রে ই সকলোকে প্রেৰণা যোগাই আহিছে ।
আজি গুৰুত্বহীন মেচত নৰ্থইষ্ট য়ুনাইটেডৰ সন্মুখত হায়দৰাবাদ এফ চি ।
তেতিয়া , হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে ।
সেই শাওৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক ; কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক ।
১৭ ভৱিষ্যতবক্তা মলাখীৰ বাক্যসমূহক মনোযোগেৰে বিবেচনা কৰাৰ দ্বাৰা আমাৰ হৃদয় আৰু অনুভূতি দয়াৰে পূৰ্ণ হয় ।
সেই ছোৱালী কেইজনীয়ে কিতাপখন আনকো পঢ়িবলৈ দিলে আৰু তেওঁলোকেও সেই কিতাপখন পাবলৈ চেষ্টা কৰিলে ।
তুমি ধন্যা ; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল , সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা ।
তাৰ পাছত যিহোৱাৰ দূতজনাই যিহোচূৱাক শ্রদ্ধাৰে আজ্ঞা কৰি ক’লে ,
ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিব ।
উদাহৰণস্বৰূপে , চীনয় পৰ্ব্বতৰ পৰালৈ প্ৰতিজ্ঞাত দেশৰ লৈকে যাত্ৰা কৰা ইস্ৰায়েলসকলৰ বিষয়ে বিবেচনা কৰক ।
উদাহৰণস্বৰূপে , হিষ্কিয়াৰ পিতৃ এজন মূৰ্ত্তিপূজক হোৱা স্বত্বেও হিষ্কিয়াই নিজকে দেৱী দেৱতাৰ উপাসনা কৰাৰ পৰা পৃথকে ৰাখিলে ।
হৃদৰোগীৰ বাবে হাৰ্ট ষ্টেণ্টৰ খৰচ ৮৫% লৈ হ্ৰাস কৰা হৈছে ৷
এতেকে কোনো মানুহৰ ওপৰত দীমীত্ৰিয়ৰ আৰু তেওঁৰ লগৰ কাৰিকৰ সকলৰ যদি কোনো গোচৰ থাকে , তেন্তে আদালত খোলা আছে , তাতে গৈ ইজনে সিজনক উত্তৰ প্ৰত্যুত্তৰ কৰিব পাৰে ।
অংগনৱাড়ী কৰ্মীসকলে ব্যৱহাৰ কৰা পঞ্জীয়ন বহীৰ বিলুপ্তিকৰণ ।
দেশৰ টিভি আৰু ইলেক্ট্রনিক মিডিয়াই যোগক লৈ বেলেগে বেলেগে অনুষ্ঠান আয়োজন কৰি থাকে ।
যদি ৰাখিছে , তেন্তে আপুনি নিশ্চয়ে তেওঁৰ এনে ব্যৱহাৰ দেখি অতি দুখিত হৈছে ।
স্বাধীনতা সংগ্রামৰ কথা স্মৰণ কৰি প্রধানমন্ত্রীয়ে কয় যে নিজৰ অন্যান্য কাম থকা সত্ত্বেও মহাত্মা গান্ধীয়ে সকলো ভাৰতীয়ক স্বাধীনতা সংগ্ৰামৰ যোদ্ধা কৰি তুলিছিল ।
সেই সময়ত , ‘ভোজত অতি তেলীয়া উত্তম উত্তম খোৱা বস্তুৰে’ পূৰ্ণ হ’ব , আনকি তাত শাৰিৰীক আহাৰৰো প্ৰৱন্ধ কৰা হ’ব ।
তেওঁ লগতে কয় যে হৰিবংশ ডাঙৰীয়াই বছৰ বছৰ ধৰি সমাজৰ সেৱা আগবঢ়াই আহিছে ।
মই , মইয়েই কথা ক’লোঁ , হ’য় , ময়েই সেই জনক মাতিলোঁ , ময়েই সেই জনক আনিলোঁ ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব ।
পাছত গালীলৰ যি পৰ্ব্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল ;
সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব , হে চিয়োন , তুমি ভয় নকৰিবা ; তোমাৰ হাত শিথিল নহওক । ।
যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে ,
তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা ।
ৰাৱণৰ মাঠা গৰম হৈ আছে—হ’ল বুলি আৰু ইমান সহ্য কৰিব পাৰিনে ?
চেলছী আচলতে লণ্ডনৰ সবাতোকৈ মনোৰম আবাসিক অঞ্চলৰ ভিতৰত এটা আৰু গ্ৰীষ্মকালি ভ্ৰমণৰ বাবে ই এখন আদৰ্শনীয় স্থান ।
সুন্দৰভাবে নিৰ্মাণ কৰা মূৰ্তিবোৰৰ বাবে পৱন দাম মন্দিৰটো জনপ্ৰিয় আৰু উত্তৰাঞ্চনৰ হৰিদ্বাৰ ভ্ৰণ কৰিলে এই মন্দিৰটো দৰ্শন কৰাটো অত্যন্ত প্ৰয়োজনীয় ।
তেওঁ মন্দিৰত প্রার্থনা জনোৱাৰ লগতে মন্দিৰটোত চাৰিওফালে পৰিক্রমাও কৰে ।
আপুনি নিজৰ ল’ৰা-ছোৱালীক এইদৰে শিক্ষা দিয়েনে যে তেওঁলোকে আনৰ সৈতে আধ্যাত্মিকতাৰ বিষয়ে অৰ্থপূৰ্ণৰূপে কথোপকথন কৰে ?
ৰাছিয়াৰ আন্তগাঁথনি উন্নয়ন সংস্থাসমূহে ভাৰতৰ নিজা বৃহৎ ঘাইপথ আন্তগাঁথনি তথা অতিদ্ৰুতবেগী পথ আন্তগাঁথনি উন্নয়নৰ আকৰ্ষণীয় আঁচনিৰ লগত জড়িত হোৱাৰ সুবিধা লাভ কৰিব ।
আপুনি কেনেধৰণৰ বহুমূলীয়া উপহাৰ দান কৰিব পাৰে ?
আকাশ আৰু পৃথিৱী ক’ৰপৰা আহিল ?
১৩ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি উৎসাহিত আৰু বিৰুধিতাৰ সময়ত ভয়ভীত নহ’বলৈ প্ৰাৰ্থনাই আমাক সাহসী কৰি তুলে ।
তেওঁ কয় যে , ভাৰতত এতিয়া সীমাহীন সম্ভাৱনীয়তা , সীমাহীন সুযোগ , সীমাহীন শক্তি ।
নৰ বধ নকৰিবা ।
বা দাসজনে ইমান দূৰ যাত্ৰা কৰাটো ব্যৰ্থ হ’লহেঁতেন নে ?
থাইলেণ্ডৰ আটাইতকৈ প্ৰাচীন সাগৰীয় ৰিজ ৰ্টএ কেতিয়াও আন্তৰ্জাতিক স্বীকৃতি বিচৰা নাই ।
তথাপিও এনে বহুতো ঠাই মেপবোৰত উল্লেখ কৰিছে যি আমাক গিদিয়োনে লোৱা পদক্ষেপৰ বিষয়ে জানিবলৈ সহায় কৰিব পাৰে ।
অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল । হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে , তেতিয়া তাই নিজৰ গৰাকীনীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে ।
সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ । কিয়নো , তেওঁলোকে দেখিও নেদেখে , শুনিও নুশুনে আৰু নুবুজেও ।
সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে ,  হে প্ৰভু , আপুনি যদি ইচ্ছা কৰে , তেনেহলে মোক ভাল কৰিব পাৰে ।
যিহোৱাই লেয়াক অৱহেলা কৰা দেখি , তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে ; কিন্তু ৰাহেল নিঃসন্তান হ’ল ।
সেয়েহে সেই অন্ধ ব্যক্তিজনে যীচুক তেওঁৰ প্ৰতি দয়া দেখুৱাবলৈ নিৱেদন কৰিছিল ।
যি চকুৱে তাক দেখিছিল , সেই চকুৱে তাক পুনৰ নেদেখিব ; তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব ।
তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল ; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল , তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে ।
আপোনাৰ মণ্ডলীত আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা কোনো এজনক সহায় কৰিবলৈ আপুনি কোনো পদক্ষেপ ল’ব পাৰেনে ?
শ শ বৈজ্ঞানিকৰ নিৰন্তৰ গৱেষণা আৰু গভীৰ মৌলিক অন্তর্দৃষ্টিৰ ফলশ্ৰুতিয়েই হৈছে ভাৰতীয় প্ৰযুক্তিৰ উন্নয়ন আৰু ৰাষ্ট্ৰ নির্মাণ ।
তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে । কাৰণ তেওঁলোকে মানুহৰ বিধিবোৰ নিজৰ শিক্ষাৰদৰে শিকায় ।
পাছত সেই মহিলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে ,  চোৱা , সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল , তেওঁ পুনৰ মোক দৰ্শন দিছে ।
যি দৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে , সেই দৰে মই তোমালোকক সুখ দিম ; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা ।
তেওঁ কিমানবাৰ তেওঁৰ মাকে পূৰ্বেই তৈয়াৰ কৰা পিঠাৰ পৰা পিঠাগুড়ি লৈ আন পিঠা তৈয়াৰ কৰা দেখিছিল ?
( মথি ১৮ : ১৫ ) খ্ৰীষ্টানসকলৰ মাজত কেতিয়াবা সমস্যাবোৰ অটুট থকাৰ এটা কাৰণ হ ’ ল যে এজন বা হয়তো দুয়োপক্ষই দোষ স্বীকাৰ কৰিবলৈ অত্যন্ত গৌৰৱ কৰে ৷
বহুতোলোকৰ মাজত “ আপোনমইমত , গপাল ” আদি চৰিত্ৰ দেখিবলৈ পোৱা যায় ।
যদি যিহোৱাই মোক সহায় নকৰে , তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেতেঁন ।
৮ বাইবেলেবৰ্ণনা কৰিছে যে “ যি জনে নিজ ভাৰ্য্যাক প্ৰেম কৰে , তেওঁ নিজকেই প্ৰেম কৰে । ”
ৰাজহুৱা ধনৰ আত্মসাৎ কৰাটো বন্ধ কৰি ৮৫ শতাংশ ধন হিতাধিকাৰীসকলৰ বেংক একাউন্টত পোনপটীয়া হস্তান্তৰ কৰিবলৈ সক্ষম হৈছো । তেওঁ লগতে কয় যে বিগত চাৰে চাৰি বছৰত সাধাৰণ জনতাৰ একাউন্টত ৫লাখ ৮০ হাজাৰ কোটি টকা পোনপটীয়া হস্তান্তৰ কৰা হৈছে ।
আপোনাৰ সকলো ইচ্ছাক দেৱীয়ে মানি লয় বুলি জনপ্ৰিয় বিশ্বাস আছে ।
মন্দিৰ নিৰ্মাণশৈলী প্ৰতিবিম্বিত কৰে ১২ টা চকাৰ সৈতে ৭টা ঘোৰাৰ বৃহৎ ৰথখনে ।
তবলিগী জামাত মণ্ডলীৰ আয়োজকসকলে কৈছে যে দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ আগতে এইটো সংঘটিত হৈছিল আৰু হঠাতে কাৰফিউৰ ফলত স্থানান্তৰৰ প্ৰচেষ্টা স্থগিত হৈ পৰিছিল ।
১২. যিহূদীসকলৰ অৱশিষ্টসকলে যিহূদাত উভটি অহাৰ দ্বাৰা মচীহ আগমণৰ সন্দৰ্ভত কেনেকৈ দূৰদৃষ্টিসম্পন্ন প্ৰমাণিত হ’ল ?
স্বাস্থ্য মন্ত্ৰী ডাঃ আৰ লালথানগ্লিয়ানাই ৰোগীজন সুস্থ আছে বুলি আশ্বাস দিছিল আৰু ৰাজ্যখনে ইয়াৰ প্ৰথম কোভিডি19 ঘটনাৰ প্ৰতিবেদন দিয়াৰ পিছত লোকসকলক আতংকিত নহ'বলৈ আহ্বান জনাইছিল ।
উদাহৰণস্বৰূপে , হোম-বলি , এটা স্বৈচ্ছিক উৎসৰ্গ আছিল ।
দৰাচলতে তেওঁ শিষ্যসকলক এইদৰে কৈছিল :  “ মোৰ পিতৃয়ে যিহতে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গদূত পঠাই দিব , মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে ?
কেতিয়াও নোৱাৰে । ঠিক সেইদৰে , যদি আপুনি ঈশ্বৰৰ নামেই নাজানে , তেনেহ’লে আপুনি তেওঁৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিব পাৰিবনে ?
অহঙ্কাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা ; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা ; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া ।
উদাহৰণস্বৰূপে , আমোচ ৪ : ৬-১১ পদত যিহোৱাই কিয় ইস্ৰায়েলসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল , সেই বিষয়ে সঘনাই স্পষ্টকৈ উল্লেখ কৰিছে ।
( যোহন ১৫ : ১৮ , ২০ ) দৰাচলতে খ্ৰীষ্টানসকলে খ্ৰীষ্টৰ দৰে তাড়নাৰ সম্মুখীন হ’ব ।
সেয়ে মই ভাৱিলো , যিসকল বৰ্ত্তমান জীয়াই আছে , সেই জীৱিতসকলতকৈ যিসকলৰ আগেয়ে মৃত্যু হ’ল , তেওঁলোক অধিক সৌভাগ্যশালী ।
৩ : ১৭ —বাইবেলৰ লূক ৩ : ২৭ পদত যকনিয়াৰ পুতেক চল্টীয়েলক কিয় নেৰিৰ পুতেক বুলি উল্লেখ কৰিছে ?
সেইবাবে তেওঁলোকে এক ‘টোকেন’ ব্যৱস্থা গ্ৰহণ কৰিছিল , সেয়া হ’ল–বেংক ৰাষ্ট্রীয়কৰণ ।
তুমি জানানে , যীচুৱে কিয় মন্দিৰত আছিল ?— তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰৰ বিষয়ে বেছিকৈ শিকিবলৈ তাত আছিল ।
বৰ্তমানলৈকে ভাৰতত প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত নেদাৰলেণ্ডছ বিশ্বৰ পঞ্চম বৃহত্তম দেশ আৰু বিগত কেইটামান বৰ্ষত ই তৃতীয় সৰ্ববৃহৎ দেশত পৰিণত হৈছে ।
প্ৰয়াগৰাজত ছাফাই কৰ্মীসকলৰ সৈতে মত-বিনিময়ো কৰিব প্ৰধানমন্ত্ৰীয়ে ।
উদাহৰণস্বৰূপে , মথি ৬ : ৯ , ১০ পদক , আমি মথি কিতাপৰ ৬ অধ্যায়ৰ ৯ আৰু ১০ পদ বুলি বৰ্ণনা কৰিব পাৰোঁ ।
তাতে তীতৰ সৈতে আমাৰ এজন ভাই , যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে ; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ ।
আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম , যিচহৰ , হিব্ৰোণ আৰু উজ্জীয়েল ।
টেক্সটৰ শাৰীৰ মাজত নিয়ন্ত্রণকাৰী অতিৰিক্ত ব্যৱধান যোগ নকৰিব
১৯৭৯ চনত চৌধুৰী চৰণ সিঙে তেওঁৰ ভাষণত কৃষকসকলৰ নতুন প্রযুক্তিৰ প্রয়োগ আৰু নতুন আৱিষ্কাৰ কৰাৰ বাবে আবেদন জনাইছিল তথা ইয়াৰ আৱশ্যকতাৰ ওপৰত জোৰ দিছিল ।
মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে , মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল ।
আপুনি একে ইশ্য়ুআৰৰ ক্ৰমিক চাৰ্টিফিকেট আমদানি কৰিবলৈ চেষ্টা কৰিছে , কিন্তু সেইবোৰ একে চাৰ্টিফিকেট নহয
শোকগ্ৰস্ত মানুহক  বুজাই বঢ়াই দুখ পাতলোৱা
যে এটা ভুল গঠিত শেষ হোৱা চাৰ্টিফিকেট অনুৰোধ হেণ্ডশ্বেক খবৰ লাভ কৰিছে
আৰু দমৰা গৰুৰ , মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব ; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা ।
সুদিন অথবা দুৰ্দিন—সকলো সময়তে ভাৰত সদায় শ্ৰীলংকাৰ সৈতে আছে ।
আধা হৈ থকা বা পূৰ নোহোৱা  ।
ইয়াৰ পিছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যর্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল । ।
পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি ,    ৰাজবস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠাই দিলে ।